পৃষ্ঠা:Kirtan Ghosha.pdf/৪৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কল].. > নিয়ন সুনন্দ প্ৰমুখ্যে পাৰিষদে । চৌপাশে উপাসে নিশবদে। চক্ৰ আদি অন্ত্রে মূর্তি ধৰি। সেৱা কৰে বিষ্ণুক আৱৰি ৷৷ ৩৭ পুষ্টি আদি ঋদ্ধি দিব্য কাছে। মাধৱক আৰাধন্দ্রে আছে । ভণিল শঙ্কৰে কৃষ্ণ-পদে। হৰি হৰি বােলা সভাসদে ॥ ৩৮ চতুর্থ কীর্তন ঘােষা। ৰাম ৰােল ৰাম বােল লােকাই। ৰাম নাম বিনা বান্ধৱ মাই ॥ ৪ পদ ॥ অদ্ভুত ৰূপ দেখি ধনঞ্জয়। কম্পিল শৰীৰ ভৈল বিস্ময়। আত্মাক কৃষ্ণে দশন পাই। পড়ি প্রণমিলা মাথা দৱাই । ৩৯ অর্জন করতে পড়ি আগে। নমিলা গৈয়া আতি অনুৰাগে ।