পৃষ্ঠা:Kirtan Ghosha.pdf/৪২৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ফণী-মণি কৰে তিৰিমিৰি। প্রকাশ যেন শুক্ল গিৰি। তান শৰীৰত সুখাসনে। প্রকাশন্ত বসি নাৰায়ণে ॥ ৩২ সুন্দৰ শৰীৰ মেঘ-শ্যাম। পীত বস্ত্রে আতি অনুপাম ॥ প্রসন্ন বদন মনােহ। আয়ত লােচন কচিকৰ । ৩৩ শিৰত কিৰীটি ৰত্নময় । তাৰ ৰশ্মি শােভে কেশচয় ৷ জ্বলে গণ্ড মকৰ-ফুণ্ডলে। প্রকাশে শ্রীবৎস বক্ষঃস্থলে। ৩৪ • কণ্ঠত কৌস্তুভ নৱ সূৰ্য্য। লম্ব বল অষ্ট ভুজ। কেয়ূৰ কঙ্কণে সুশশাভিত। বন-মালা আপাদ-লম্বিত ॥ ৩৫ পদ দুই পঙ্কজ কান্তি। পাসি ভৈলা আঙ্গুলি পান্তি। জ্বলে আতি নখ-চক্ৰচয়। কত প্রকাশে হৃদয় ! ৩৬