পৃষ্ঠা:Kirtan Ghosha.pdf/৪২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কনগােষ টাৰিয়া দিব্য অস্ত্ৰচয় ঝাফিল: অধে উন্ধে সিটো সূতি-গৃহক ঢাকিলা নকিল সন্ধি ছাইলা আঞ্জৰ-পাঞ্জ। গৃহক ঢাকিয়া শৰে সাজিলা পিঞ্জৰ। ১৩ সেহিবেলা উপজিল বিপ্ৰৰ কুমাৰ। পৃথিৱীত পড়িয়া কান্দিলা বাৰম্বাৰ । তেখনে অদৃশ্য ভৈল শৰীৰে সহিতে। নাকলিলা কেৱে তাক আগতে হিতে ৪ ১৪ দেখি পাছে বিপ্রে পু-শােকৰ জমক। কেশৱৰ আগত ভৎসিলা অৰ্জ্জুনক মঞি কেন মুঢ় দেখিয়ােক সর্ব জনে। কৰিলাে সঞ্জাত নপুংসকৰ বচনে ॥ ১৫ সবংশে কেশৱে নােৱাৰিলে ৰাখিবাক। আৰ কোনে পৰিত্ৰাণ কৰিৰে আমাক । বিধিৰ বিপাকে যিটো দৈৰে ভৈলা নাশ । ‘কিনাে মুখ তঞি তাক ৰাখিবাক চাস । ১৬ ধিক ধনঞ্জয় ধিক গাণ্ডীৰ তােমাৰ। মিছা কার্যে কিস কৰিলি অঙ্গীকাৰ ৷ বিকৰ্থনা অনেক কৰিল বিজবৰ। শুনি নসলি অৰ্জুনৰ কলেৱৰ। ১৭