পৃষ্ঠা:Kirtan Ghosha.pdf/৪১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বিহা দেন্ত কন্যা কৈলে মুৰাৰি। দুনাই আনন্ত কৈত বহাৰী ॥ ৩৯ কৈতাে শগুৰিক পঠায়া জীৱ। কান্ত বসি দেৱ সদাশিৱ । কন্ত কতাে গৃহে যজ্ঞ-কাম। প্রতিষ্ঠান্ত কৈতাে কূপ আৰাম ॥ ৪০ ঘােটকতে চড়ে কৈতাে মুৰাৰি। ফুৰন্ত পৱিত্ৰ মৃগক মাৰি। ধৰিয়া বেশ কৈতাে ভৰি খুশি। ভাঞ্জ কাজ বুজি ফুৰন্ত চুম্পি॥ ৪১ পম কীর্তন ঘােষর গােৱিন্দ গােপাল গৰুড়-কেতু। ভকতৰ ভয়-ভঞ্জন-হেতু। ৫ পদ। দেখিয়া নাৰদে তুলিলা হাসি। আমাক প্ৰভু ভুৰুকুৱা আসি। তােমাৰ চৰণ-সেৱাৰ বলে। তবু যােগ-মায়া জানাে সকলে॥ ৪২ ৪• শখৰিক—হৰিক ৪১। ভাজ কাভার কাজ।