পৃষ্ঠা:Kirtan Ghosha.pdf/৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


co কীৰ্তন-খোৱা (খণ্ড ৩ ৰাজাত কইন্তু শুকে প্ৰবন্ধে। বিচাৰি দেখিয়ে দ্বিতীয় স্কন্ধে। ৩৮ আতি লৱলেশ বিষয়-সুখ। আকে লাগি ভৈল হৰিবিমুখ। নকৰে ৰতি হৰি-কাৰ্তনত। আপুন কৰ্ম্মে সিও ভৈল হত। ৩৯ সিটো চাঙালক গৰিষ্ঠ মানি। যাৰ জিহ্বাগ্ৰে সুৰে হৰিবাণী। সমস্তে তীৰ্থতে কৰিল স্নান। কৰিলে সিসি তপ হোম দান। ৪০ সেহিসে কুলীন বেদক বুজে। যাহাৰ মুখে হৰিনাম বীজে। পৰম তত্ত্ব জানি দেৱহূতি। তৃতীয় স্কন্ধত কৰিলা তুতি। ৪১ নলাগে লীনকুতিক তথা। নাহি হৰি-পদ-পঙ্কজ যথা। কৰ্ণৰ অমৃত হৰি-চৰিত। ভকতৰ মুখে শুনিবো নিত॥ ৪২ পা* ৪৭}} শুয়ে থাকে। ৪৯ বীজেপিলৈ { নাম গুণন্তি যে তেভাগৱত ৩৩৩৮}