পৃষ্ঠা:Kirtan Ghosha.pdf/৩৯৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


. দুইকো দুই নাহি তুষ্টি। হানে বস্ত্র-সম মুষ্টি মাংসৰ কাৰণে যেন! যুঝন্ত দুইগােটা শেন। ২৮ কেহহ বলে সুহি ক্ষীণ। যুঝন্ত আঠাইশ দিন। কৃষ্ণৰ প্ৰহাৰ পাই। পাছে মহা খুক্ষ-ৰায়। ২৯ শ্ৰান্ত ভৈল মহা দুঃখে। নিশ্বাস বজাইলা মুখে। ভাগে যেন কটি কান্ধ। শৰীৰৰ ছিণ্ডে বান্ধ ॥ ৩০ গােড়ে ঘর্ম যায় বহি। ক্ষেণেক তম্ভিলা ৰহি। সমস্ত সমাজে ঢাকি। হৰি হৰি বােলা ডাকি॥ ৩১