পৃষ্ঠা:Kirtan Ghosha.pdf/৩৯৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কখন যােবা ঘােষা। পদ ॥ বাম কৃষ্ণ কৃপাল। ত্রাহিহৰি গােপাল। ৪ হেন শুনি আশ্বস্ত। ধাইলা মহা বলৱন্ত । নিচিনি স্বামীক পাছে। ধৰিলন্ত যুদ্ধ-কাছে। ২৪ সামান্য মনুষ্য বুলি । মহাক্রোধে গৈলা জ্বলি । নজানি প্রভাৰ আতি। লগাইলেক ইতা-হতি। ২৫ দুয়াে হুয়া মহাক্রুদ্ধ। লগাইলেক খােৰ যুদ্ধ । দুয়াে মাতঙ্গৰ লীলা। ৰৰিৰে পৰ্বত-শিলা ।.২৬, কতত বেলি হানে গাছ। কতত কোপে চাপি কাছ । বুঝিল মাল-বান্ধে। ধৰি ভৰি ভৰি ছান্দে ॥ ২৭