পৃষ্ঠা:Kirtan Ghosha.pdf/৩৮৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২. .. কীৰ্তন-বোৰা। মায়ায়ে মোহিত হুয়া যিটো জন- | " নভজে প্ৰভু তোমাক। সুখক আশায়ে গৃহবাসে থাকে | দৈৱে বঞ্চিলেক তাক ৯৭ . ভাৰতে দুৰ্লভ নৰ-দেহ পায়া | নভজে তোমাৰ পাৰ। গৃহ-অন্ধকূপে পড়িয়া থাকয় পশুৰ যেন স্বভাৱ। ৰাজ্য-শ্ৰী-মদে | ভৈলোহো প্ৰমত দেহে আত্মা-বুদ্ধি ভৈল। পুত্ৰ-দৰা-ধন- আহাৰ-চিন্তায়ে | বিফলে জনম গৈল॥ ৯৮; গৃহ ঘট-সম, দেহাত নৃপতি | বেলাওঁ কৰি চটি মতি। তোমাকে নগণি হয় হস্তী থে পৃথিৱী ফুৰ পৰ্যটি। বিষয়-চিন্তায়। পৰম প্ৰমত্ত থাকে মহাখোৰৰ্পে ।