পৃষ্ঠা:Kirtan Ghosha.pdf/৩৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পাছত অৱনে পশিয়া দেখয় সুতি আছে একজন ॥ ৬৫ আমাক দুৰক আনিয়া শয়ন কৰিলি যেন সজ্জনে। মাৰিলেক লাথি দুজ্জন কলিযুৱনে। কৃষ্ণ হেন মানি চিৰকাল সুতি আছে মুচুকুন্দ উঠিয়া বসিল জাগি। কিছু কিছু কৰি চাৰিও দিশক লাগি ॥ ৬৬ চক্ষু মেলি চাইল যৱনক পাছে আগত দেখিয়া ক্রোধ-দৃষ্টি কৰি চাইল। তেতিক্ষণে তাৰ শৰীৰত লাগি। অগনি-কুণ্ড উধাইল । ক্ষেণেকতে ভস্ম ভৈ গৈল যৱন আপুন গাৱৰ জুই। পৰীক্ষিত ৰাজা শুকত সােধ আতি অদভুত হুই॥৬৭