পৃষ্ঠা:Kirtan Ghosha.pdf/৩৭৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


I se se হেন ৰূপ দেখি Rলাৰােহন বােলয় কানে। এহিপােট কৃষ্ণ জানিলাে নাৰদে কহিল যেন লক্ষণ ॥ ৬৩ শুধা হাত-ভৰি গতি চলি যায় ময়াে যাওঁ অস্ত্র এড়ি। এহি বুলি উঠি ধাইলেক যৱনে ৰহ ধুলি পাৰে গেড়ি। জ্ঞানীগণে যাক, ধ্যানতাে নেদেখে খেদে হেন মাধৱক। হাতে পাৰে হেন দেখাই আপুনাক নিলন্ত তাক দুৰক ॥ ৬৪ পাছত যনে আক্ষেপ কয় যদুকুলে ভৈলি যাত। পলায়ন-ধৰ্ম্ম মুহিকে উচিত পালটি আমাক মাত । এতেক হােলন্তে গিৰি-গহ্বৰত পশিল নাৰায়ণ।