পৃষ্ঠা:Kirtan Ghosha.pdf/৩৬৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সর্বন-যােবা যনক বুঝত্তে মগধ যেরে আসে। নেয় চোসে বাসে জোনাে বংশকে বিনাশে ৫০ হেন জানি সাজিয়াে দুর্গম দ্বাৰকাক। মনুষ্যে নপাৰে যেন তাক লঙ্কি। এহি বুলি সাগৰ মধ্যত দামােদৰ। বা প্ৰহৰৰ পথ নিৰ্মিলা নগৰ। ৫১ বিশ্বকর্মে শিল্প-কৰ্ম্ম জানে যতমানে। দ্বাৰকাত সকো দেখিয় বিদ্যমানে। বিবিধ উদ্যান কল্পতৰু উপবন। দিব্য সৰােবৰ দীর্ঘি দেখি বিতােপন ॥ ৫২ আকাশ লঙ্ঘিয়া আছে গড়ৰ দুৱাৰ। স্ফটিক-কপাট তাৰ পাশত সােণাৰ ! সুৱৰ্ণৰজতে জুলে গৃহৰ আৰম্ভ। ফটিক আটাল মৰকত দিল তন্তু। ৫৩ সুৱৰ্ণৰ ঘটচয় উপৰে প্ৰকাশে। বিচিত্র পতাকা তাতে বতাসে উলাসে। সুধর্মা-সভাক পঠাই দিল পুৰন্দৰ। যাত আৰােহিলে হােৱে অজৰ-অমৰ ॥ ৫৪ পা পথ • [ চো«েচোৰে, চোপে। . ৫২ | দীধি-দীর্থ, দীড়ি।