পৃষ্ঠা:Kirtan Ghosha.pdf/৩৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কালান্ত সম দেখি কৃক প্রত্যেক। থকবক কষে আতি নৃপতি যতেক নাহি শ্ৰতি-বুদ্ধি চাৰে উলটি-পালটি। মাধৱৰ শৰে আসি ফুটে চটচটি। ১৮ বাম পাশে দেখি আসি বলল মহাবলী। শত্ৰুৰ সেনাক মানে লই যা নিডলি ॥. সাত্যকি দক্ষিণ পথে:দেখি দিল ধাৰ। কৰিবাক লাগিলা শত্রুকে বুন্দামাৰ ॥১৯ কৰ ক্ৰন্দন আতি তিনি ভিতি বেঢ়ি। মহাভয়ে কতাে সেনা পলায় ৰণ এড়ি। কতত প্রাণ ছাৰি পৰে পৃথিৱীতে ঢলি। শক সম্মুখে হুয়া ধাৱে কলাে বলী ॥ ২০ ৰাজাগণে দেখে সেনা বিভঙ্গে ভাগিল। অনা-যুদ্ধ-কাছে ৰণ কৰিবে লাগিল। কত বাস এড়ি পলাই পশিলা বনত। ব্রাহি বুলি পড়ে কতাে কৃষ্ণৰ আগত ॥ ২১ যিটো ৰাজাগণে আগ বাঢ়ি দিল ৰণ। তাৰ কয় ছেদ কৰিলন্তু নাৰায়ণ। মাগধৰ সেনাগণ সাগ-সঙ্কাশ। দেশেকে ভাপিল সৱে হুয়া মহাত্রাস ২২