পৃষ্ঠা:Kirtan Ghosha.pdf/৩৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


088 কীর্তন-ঘােষ হস্তিনাপুৰৰ পৰা পাৰ বার্তাক আনা সত্বৰ ॥ মৰিলস্ত পাণ্ডু পাঞ্চ পুত্র সমে কুন্তী ভৈল দুঃখভাগী। ধৃতৰাষ্ট্রে বােলে আনিলে শুনিলাে হস্তিনাপুৰক লাগি ॥ ৯ পাঞ্জক পুনু হিংসা কৰে ৰাজা আপুন-পুত্র-নিদান। যেন ভাল-মন্দ জানি আসা খুড়া সাধিবাে মই কল্যাণ। অৰক হেন প্রবােধ বুলিয়া প্রণয়ে ৰঞ্জিয়া চিত্ত। আপুণ গৃহক চলি গৈলা পাছে উদ্ধৱ ৰাম সহিত ॥ ১০ তাহান চৰণে ভকতি কৰিলে সিজিবে সমস্তে কাম।

হৰিসে পৰম

লৈয়াে তান সদা নাম। বান্ধৱ জানিয়া