পৃষ্ঠা:Kirtan Ghosha.pdf/৩৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দুৰ্জন ৰাজাক -বধিয়া মাধৱ | উদ্ধাবিল যমুখী ৪ আজি মোৰ গৃহে তীৰ্থততা অধিক পৱিত্ৰ ভৈল আশেষ। যিহেতু সাক্ষাতে | আপুনি ভৈলা প্ৰৱেশ। কোননো পণ্ডিতে এড়িয়া তোমাক | আনক ভজিবে যাই। | আপুনাকো দিয়া জানো ইটো অভিপ্ৰায় ৫ জগতৰ গুৰু ভকতজনক ভকতেসে প্ৰভু তোমাৰ বান্ধৱ। দিয়া মনোৰথ-সিদ্ধি। ব্ৰহ্মাৰ দুৰ্লভ তোমাক দেখিলে | কিনো সুপ্ৰসন্ন বিধি॥ সুত বিত্ত দাৰা। | বিষয়-জঞ্জাল ছিণ্ডা মোৰ মোহ-ৰী।. .. তোমাৰ চৰণ নিতান্ত চিস্তিয়া ফুৰৰ কৃপা কৰ হৰি .৬