পৃষ্ঠা:Kirtan Ghosha.pdf/৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


28 কীৰ্তন-ঘোৰা 1 সমস্ত লোকৰ ধৰ্ম্মক এড়ি। বিষ্ণুৰ নামক সততে ৰড়ি। সিজনে যি গতি লভিবে সুখে। সকলে ধাৰ্ম্মিকে নপাইবে দুখে। ১৩ জানিয়া হৰিক সততে স্মৰ। ক্ষণেকো নপাৰিবাহা নৰ॥ যতা মহাপুণ্য মহাপাতক। ই দুইৰ কিঙ্কৰ জানা প্ৰত্যেক॥ ১৪ তথাপি যদি চিত্ত নেদা থাৰি। পদ্ম-পুৰাণত চায়গা বিচাৰি। বৃহত-সহস্ৰ-নামত আছে। নপাইলে আমাক নিন্দিবা পাছে॥ ১৫ কহিলা শুকে পৰমাৰ্থ বাণী। মহাভাগৱত শাস্ত্ৰ প্ৰমাণি। নেৰিবা কীৰ্ত্তন দুষ্টৰ বোলে। পৱিত্ৰ কৰা হৰি হৰি ৰোলে। ১৬ পা ১৪ ই দুই-ই দুয়ো।