পৃষ্ঠা:Kirtan Ghosha.pdf/৩২৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সদা হষিত মনে পরে গােপগণে। মল্লযুদ্ধ জীড়ি গৰু চাৰি ফুৰা বনে। ৩৮৫ হেন জানি আসা তুমি আমি বন্ধ ধৰ। নৃপতিৰ প্ৰীতি সাধি মল্লযুদ্ধ কৰাে৷ সর্বভুতময় ৰাজা শাস্ত্রত হয়। ৰাজা তুষ্ট ভৈলে সর্বজন তুষ্ট হয়। ৩৮৬ শুনি কৃষ্ণে দিল তাক উচিত উত্তৰ। ভােজ নৃপতিৰ আমি প্রজা বনচৰ ৷ তুল্য-বল সহিতে ক্ৰীড়িবাে যথােচিত। সাধিবাে ৰাজাৰ যেন প্রতি মনােৰ্নীত ॥ ৩৮৭ কৰিবােহাে বাহু-যুদ্ধ সমুচিত কর্মে। তেৱেসে নপাই সভাসদকে অধৰ্ম্মে কৃষ্ণৰ কিৰে কহে এড়া আন কাম। পলাওক পাতক ডাকি বােলা ৰাম ৰাম ৪ ৫৮ পাশ ৮৬ | সর্বতময়-সার্বভৌম (সৱতমে নৃপঃ—ভাগ ১৪৩৫