পৃষ্ঠা:Kirtan Ghosha.pdf/৩২৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্থ-ঘােখা [ ও ১১ গােকুলত থৈলন্ত বাঢ়িলা নন্দ-ঘৰে। পুতনাক বধিলা এহেন্তে দামােদৰে ॥ ৩৮০ চক্রবাত দৈত্যক মাৰিলা চিপি গল। ভাঙ্গিলা অৰ্জ্জুন মাঝে টানি উডুখল । অথ বক কেশী ধেনুকৰ লৈলা প্রাণ। গােপগৰু বনাগ্নিত কৰিলাহা ত্রাণ কালিক দমিলা গর্ব গুচাই ইন্দ্র। সাত দিন একে হাতে তুলিয়া মন্দৰ। ৰাখিল গােকুল মহা বাত-বৃষ্টি হস্তে। বঢ়াইবা যাদৱ বংশ এন্তে ভগৱন্তে ॥ ৩৮২ এহিত হসিত মুখ দেখি অনুক্ষণে। এড়াইলা বিহ-তাপ সুখে গােপীগণে। আনে শ্রেষ্ঠ এন্তে ৰাম কমল-লােচন। প্ৰল প্ৰমুখ্যে মাৰিলাহা, দৈত্যগণ। ৩৮৩ এহিমতে লােকে যেৰে কৰে গৰৱ। বাৱস্তে আছত্ত বাদ্য বঢ়াৱা উৎসৱ। শুনি নসহিল তাক চাপূৰ বিবুদ্ধি। বুলিবে লাগিল ৰাম-কৃষ্ণক সমােধি ॥ ৩৮৪ শুনি বাহু-যুদ্ধত কুশল দুই ভাই। দেখিবাক লাগি ৰাজা অনাইলা মতাই।