পৃষ্ঠা:Kirtan Ghosha.pdf/৩১৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তনােবা বিং কাল ঘােষর লেৱ বুলিয়া পালিয়ে বাম বণে শৰণ লৈলাে। তােমাত ভকতি জনম বিকল কৈলা। ২৭ নকৰি কৃপা পদ । সুদামাক বৰ দিয়া দামােদৰ ৰাজপথে চলি যান্ত। চন্দনৰ পাৰ সহিতে যুৱতী কুবুজাক দেখিল ॥ ওচৰ চাপিয়া পুছন্ত হাসিয়া সর্ব-সুখ-দাতা হৰি। তুমি কোন কাৰ চন্দন লৈ যাহা কৈয়াে কথা শীঘ্ৰ কৰি ॥ ৩৩৬ দোভাইক চন্দন দিয়াে আজি তােৰ হৈবেক কল্যাণ আসি। সৈন্ধিী বােলয় শুনিয়ে সুন্দৰ মইতাে কংস ৰায়ৰ দাসী।