পৃষ্ঠা:Kirtan Ghosha.pdf/৩০৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কাওঁন ২৪ ] অৰে কৃষ্ণক মাতিলা পাছে। সকলে অদ্ভুত তােমাতে আছে । যিজনে নজানে তত্ত্ব তােমাৰ। সমস্ত জগতে অদ্ভুত তাৰ ২৯৫ এহি বুলি বীৰে ৰধ ডকাইল। দিনান্তে গৈয়া মথুৰাক পাইল পথত যাহান্তে পথিকে দেখি। আনন্দে কৃষ্ণক চাৰে নিৰেখি ৪ ২৯৬ পাছে মধুৰাৰ সমীপ পাই। নামিল ৰামকৃষ্ণ দুয়াে ভাই । অৰৰ হাতে ধৰিয়া হৰি। বুলিলা হেন বাণী হাস্য কৰি ॥ ২৯৭ ৰথ লৈয়া আগে চলিয়াে ঘৰ। পাছেসে পশিববা আমি নগৰ। ইঠাতে আমি জিৰাওঁ গােপ-ঝাক। শুনিয়া অৰে বুলিলা বাক। ২৯৮ তােমাৰ দোভাইক এড়িয়া স্বামী। নযাইবাে নইবাে গৃহক আমি নকৰা প্ৰভু ভকতক ত্যাগ। কোটি পুৰুষৰৰ মিলােক ভাগ ॥ ২৯৯