পৃষ্ঠা:Kirtan Ghosha.pdf/৩০২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ৗন পালধল যেন শৰীৰ। 'নীল বস্ত্রে দেখি আতি ৰুচিৰ । ফণাৰ মণি কৰে তিৰমিৰি। শৃঙ্গে সমে যেন কৈলাস গিৰি। ২৭৬ চৌপাশে সর্পগণে বেঢ়ি আছে। তাহীন কোলাত দেখ পাছে। পৰষপুৰুষ আছন্ত বসি। প্রকাশে মুখ যেন পূর্ণ শশী | ২৭৭ মেঘ-সম শ্যাম বসন পীত। ৰৰ কিৰীটি শিৰে শােভিত ॥ কর্ণত মকৰ জ্বলে কুণ্ডল। ধনু-সম শােভে জ্বৱ-যুগল ॥ ২৭৮ অৰুণ-নেত্র কমলৰ পাসি। মুগুচৈ মুখে সদা অল্প হাসি। নাসা তিল-ফুল-সম সুন্দৰ। বলৰাতুল চাৰু অধৰ। ২৭৯ পলিঙ্গে যেন আছে গঢ়ি। প্রকাশ দত্ত যেন কুন্দ-কড়ি। কফুকণ্ঠে শােভে কৌস্তুভ-মণি। প্রকাশে প্রভাতৰ সূৰ্য যেনি ২৮০