পৃষ্ঠা:Kirtan Ghosha.pdf/২৬৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


1 প্রাণ-বন্ধু মাধৱক কৰিয়া, সম্মান। আঞ্চল পাতিয়া দিল বসিবাৰ থান। ১১৬ বসিলন্ত তাতে অন্তর্যামী দের হৰি। ত্রিভুবন-মােহন মধুৰ বেশ ধৰি। কৰিলা শুশ্রুষা গােপীগণে' মান্থ কৰি। কতত থৈয়া কোলাত কৃষ্ণৰ জান্তে ভৰি। ১১৭ কন্ধক বাহুক থৈয়া কতােজনী ঘবে। কতত লীলা-কটাক্ষে চাহাৱে প্রেম-ৰসে ৷ কােেহাে প্রণয়-কোপে দেয় সমিধান। বােলা হৰি হৰি হােক পাপৰ নিৰ্যাণ ॥ ১১৮ একাদশ কীর্তন ঘােষা। সাঙ্গপাশি প্রভু ভগৱস্ত। নজানি তােমাৰ মায়াৰ অন্ত ॥১১ 91 N পাছে গােপীগণে আতি সাদৰি। কৃষ্ণৰ ৰঙ্গে জান্তে হাত ভৰি। ছলে পৰিহাস কৰিয়া তথা। প্রণয়-কোপে সােধে সৱে কথা। ১১৯