পৃষ্ঠা:Kirtan Ghosha.pdf/২৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কান ] বিনাশে সংসাৰ- পূৰে মনােথ যত। হেন হস্ত-পদ্ম আনি প্রাণনাথ দিয়ােক আসি শিৰত ॥ ৮৮ হে জজ-জন- দুঃখ-হাৰী হৰি আমি কিঙ্কৰীক ভজ। মােহন-হসিত কটাক্ষে-সহিত দেখায়াে মুখ-পঙ্কজ। সমস্ত প্রাণীৰ পাপ হৰে যিটো আছিলা কালিৰ ফণে। কামক মর্দিয়া হেন পাদপদ্ম অপিয়াে আমাৰ তনে। ৮৯ পঙ্কজ-লােচন নেদেখি তােমাৰ মৰৰ হেৰা সৱে দাসী। মধুৰ বচনে অধৰ-অমৃতে আমাক জীয়ায়ে আসি।