পৃষ্ঠা:Kirtan Ghosha.pdf/২৫১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


চক্ষু মুদি থাকা সৰে সাধিবাে কল্যাণ। মঞি কৃষ্ণে প্রতিক্ষণে নিবাে নিজ থান॥ ৬৫ কেহহ বােলে দেখ দেখ দধিৰ বিলাই। ভাণ্ড ভঙ্গা, কৃষ্ণক ধৰিলাে লগ পাই আৰ যেন নখাস লৱনু চুৰি কৰি । উড়খলে বান্ধে কতাে গােপিকাক ধৰি। ৬৬ এহিমতে কৃষ্ণ-চেষ্টা কৰে গােপীগণে। কৃষ্ণক থােজন্তে ফুৰে পশি বৃন্দাবনে। দেখিল কৃষ্ণৰ.খােজচয় পৃথিৱীত। ধবল বক্স গজ অঙ্কুশে অলঙ্কত | ৬৭ পাছে সৱে গােপিকা পঞ্জাল নেয় গুড়ি। দেখে কৃষ্ণ-খােজে স্ত্রী খােজ আছে পড়ি। দেখি দুঃখে অধিকে আকুল ভৈল মন'। বােলা হৰি হৰি আছে যাৱত চেতন॥৬৮ পা পা ! খোলয়ে।