পৃষ্ঠা:Kirtan Ghosha.pdf/২৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কি ভৈল আর্জি খৃষ্ণ মােৰ বাপ। মৰিও নেড়াইব তোেৰ সন্তাপ ১৩৯ এহি বুলি কান্দে কৃষ্ণক চাই। যশােদা নন্দে ঝাপ দিবে যায় ॥ দেখি বলভদ্রে বাধিলা হাসি। এখনে আসিবা কালিক নাশি। ১৪০ কৃষ্ণক লাগিয়া এড়া ক্রন্দন। হেন শুনি সৱে জুড়াইল মন। কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে। বােলা হৰি হৰি সমস্ত জনের ১৪১ দশম কীর্তন ঘােষা। প্রণামাে ৰাম দেৱ দয়াশীল। আৱেসে কৃষ্ণৰ কৃপা মিলিল।১০ ভকতৰ দুঃখ দেখি গােপাল। আস্ফোট কৰি দিলা উৰুকাল । সৰ্পৰ বন্ধ এড়াই জগন্নাথে। ছেৱে চড়িলন্ত কালিৰ মাথে ॥ ১৪২ শতেক পিত মাচন্ত হৰি।। বাৱে বিদ্যাধনে বৃদঙ্গ ধৰি