পৃষ্ঠা:Kirtan Ghosha.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪।
১১
চতুৰ্ব্বিংশতি-অৱতাৰ-বৰ্ণন

কৃষ্ণৰ ৰহস্য জন্ম শুনা সৰ্ব্ব জনে।
মোক্ষ-পদ সাধা আউৰ শ্ৰৱণ-কীৰ্ত্তনে॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্ৰতি।
বোলা হৰি হৰি পাপ যাউক অধোগতি॥৩৩

চতুৰ্ব্বিংশতি অৱতাৰ সমাপ্ত॥১॥