পৃষ্ঠা:Kirtan Ghosha.pdf/২১৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কীৱন-ঘোষা। অমৃত-নয়নে চাইল হৰি। জীল সৱে গোৰক্ষ দামুৰি। ৮৮ ৰঙ্গে বাঝ ভৈলা বংশী বাই। ফুৰা সৱে দামুৰি চৰাই। ব্ৰহ্মা আসি কৰিলন্ত চুৰি।। নিলে সৱ গোৰ দাৰি। ৮৯ মায়া কৰি থৈলেক পৰে। কাহাকো নেদেখি দমোৰৰে। ব্ৰহ্মা নিলা জানিলাহা শুনি। লৈ গৰু গোৰ আপুনি॥ ৯০ নিচিনিয়া গোৱালী গোৱালে। এদিনাতো কৰি প্ৰতিপালে। : ব্ৰহ্মা আসি দেখিল পাছে। গোৰক্ষ দামুৰি সৰৱ আছে॥ ৯১ পৰম বিস্ময়ে আছে চায়। কৰিলাহা প্ৰভু পাছে মায়া। গোৰক্ষ-দামুৰি-ৰূল্প এৰি। লৈ সৱে চতুভুজ হৰি। ৯২ সজল জলদ যেন শ্যাম। সৱে পীত বস্ত্ৰে অনুপাম॥