পৃষ্ঠা:Kirtan Ghosha.pdf/২১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন । ] তিলীলা পর্বত-সমান কলেৱৰ। বাইল বেন্ত সম্যকে গহ্বৰ ॥ ৮৩ তল ওঁঠ মাটিত থাপিল। উদ্ধা ওঁঠ মেঘত লাগিল। জিহ্বাখান যেন ৰাজ-আলি । বৎস লৈয়া আইলা বনমালী। ৮৪ গােৰক্ষ দামুৰি নিৰন্তৰ । নজানি পশিল অভ্যস্ত। দেখি তুমি ভক্তৰ স্নেহত। পশিলাহা অঘৰ গৰ্ভত [ ৮৫ দেখি আঁটি ধৰিল দশনে। তুলিলেক হাসি দৈত্যগণে। দেৱগণে কৰে হাহাকাৰ। গল ছুঙ্গি ভেন্টি ৰৈলা তাৰ ॥ ৮৬ পেট ফিঙ্কি বায়ু দিলে . মুৰ্ধা ফুটি বাঝ ভৈল প্রাণ তযু-পৰশনে কর্ম ক্ষীণ। অসুৰ কৃষ্ণতে গৈলা লীন। ৮৭ দেখি নিশবদ দৈত্য-কুল। হৰিষে বৰিযে দেৱে ফুল।