পৃষ্ঠা:Kirtan Ghosha.pdf/১৯৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন ] বলি-ছলন ১৫ পখম কীর্তন ঘােষা হৰি ৰাম হৰি ৰাম ঘুষিয়াে ভাই সংসাৰ-সাগৰে তৰ। ৰূমপাৱ-নাৱ কাছতে আছত্ত মিছাতে ডুবিয়া মৰ ॥ ৫ পদ। এহিমতে তৈত আশে যত দৈত্য এৰিল আন আলাপ। কৰে হৰি-ধ্বনি হৰি-কথা শুনি শৰীৰ ভৈল নিস্পাপ। কৃষ্ণৰ চৰণ সেৰে অনুক্ষণ অক্ষয় পুণ্যক সঞ্চে। বলিৰ প্ৰসাদে অতি অপ্রমাদে সুতল-পুৰীত বঞ্চে ॥ ২৯ সিটো দৈত্যেশ্বৰে মাধৱত পৰে নিচিন্তিলা আন কাম। শয়নে ভােজনে সচেতে স্বপনে নেড়িলা হৰিৰ নাম। পা থােকা | বাম-পা-না-না- নামার।