পৃষ্ঠা:Kirtan Ghosha.pdf/১৮৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৭ কীর্তনঘােষা [h পৰম মঙ্গল কাম নাম ইটো অনুপম বৈষ্ণৱৰ যাক শুনি তুষ্টি। দৈত্যগণ দুৰাচাৰে তাক কি শুনিতে পাৰে উচপিচ কৰি গৈল উঠি । বলিৰৰ মুশুনে হাক দানৱৰ বিচেষ্টাক মাধৱৰ চক্রে দেখি আছে। জলে যেন সূৰ্য কোটি বিস্বাদশবদে উঠি ক্রোধে খেদি গৈল পাছে পাছে । ১৭ কৃষ্ণৰ কিঙ্কৰে ভণে শুনিয়ােক সর্বজনে স্থিৰ বুদ্ধি কৰি গুণা মনে। আজিকালি কৰি দিন গৈল আয়ু ভৈল ক্ষীণ যাইবে লাগে যমৰ কৰণে ॥ যতেক সংসাৰনয় সৱে স্বপ্ন মায়াময় অন্তকে কেশত আছে ধৰি। ভাৰতত জন্ম পাই সদায় ঘুবিয়ে বাম হৰি ৷৷ ১৮ বিলম্বক মুযুৰায় পা ১। বিবধেবিশ্বাসৰছে।