পৃষ্ঠা:Kirtan Ghosha.pdf/১৮৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৭ কীর্তন-ঘােষ কৃষ্ণ কথা যিবা ভণে যি শুনে এক মনে যমৰ ভাৱনা কৰে চুৰি। পুৰুষ উদ্ধাৰ কৰি সংসাৰ-সাগৰে তৰি অন্তকালে যায় বিষ্ণুপুৰী। শঙ্কৰে ৰচিল গীত আপুনাৰ চিন্তা হিত শুনা সমজ্যাৰ যত জন। এড়ি আলজাল কাম ডাকি বােলা ৰাম ৰাম সমাপত মহেশ-মােহন ॥ ৯৮ হলােন ৷