পৃষ্ঠা:Kirtan Ghosha.pdf/১৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন-ঘোষা [ খণ্ড ৮ চক্ষু কমলৰ পাশি মুখে মনোহৰ হাসি সঘনে দৰশৈ কাম-ভাৱ। ৩০ উৰ্দ্ধক ক্ষেপন্ত ভণ্টা কৰন্ত কটাক্ষ-ছটা লীলা-গতি দেখাই ফুৰে পাক। সোলকে উচ্চল খোপা খসে পাৰিজাত-থোপা বাম হাতে সম্বৰ তাক॥ কৰ্ণত কুণ্ডল লৰে তন হলফল কৰে গলৈ ৰত্ন-মালা ঝিকি পাৰে। সুৱৰ্ণ কঙ্কণগণ সিও কৰে ৰুণকুন প্ৰকাশে হৃদয় হেম-হাৰে॥ ৩১ কণ্ঠে লুলে সাতসৰী লয়-লাসে কাঢ়ে ভৰি আগ বাঢ়ি পাছ গুচি যান্ত। পিন্ধি শাড়ী খোন্টাজালি যেনে মৈৰা কৰে ছালি হক কটাক্ষ কৰি চান্ত। দশান্ত কাষ পৃণ্ঠি ক্ষণোহো সমুখ-দৃষ্টি চাহি লাজে যান্ত চক্ষু মুদি। পা ৩১॥ কৰম্ভ কটাক্ষ ছটাকটাক্ষে কৰন্ত ছণ্টা। ৩২। শাড়ী পোন্টাজালি—শাড়ী খোটাজালি, নেত ঘোন্টাজালি, শাড়ী ফোণ্টাজালি।