পৃষ্ঠা:Kirtan Ghosha.pdf/১৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন'২২] প্ৰচৰিত্ৰ ১২৭ তাত হন্তে পিতৃ নিস্তৰোক। হেন অনুগ্ৰহ কৰিয়োক। তুনি দীন দয়াশীল দেৱ। তোমাৰ চৰণে কৰো সেৱ। ২৪২ কহে কৃষ্ণ-কিঙ্কৰ শঙ্কৰে। নেৰিবা কীৰ্ত্তন একো নৰে। আজি কালি মিলিবে মৰণ। হৰি হৰি বোলা সৰ্বজন। ২৪৩ বিংশ কীৰ্তন ঘষা। ও হৰি নমো দমোৰ যাদৱানন্দ দুঃখ নিৱেদিবো কত। নভৈল ভকতি ইৰ মনুষ্য জন্মত। ২২ পদ॥ নৃসিংহে বোলও হাসি শুনিয়ো প্ৰাদ। দিবাক লাগে তোক ইসৱ প্ৰশাদ। পৰম বৈষ্ণৰ তই পুত্ৰ ভৈলি যাৰ। একৈশ পুৰুষৰ কৰিলি নিস্তা ( ২৪৪