পৃষ্ঠা:Kirtan Ghosha.pdf/১৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন-বো [ খও বিংশ কীৰ্তন ঘোষ। ওহৰি ৰাম নাৰায়ণ যাদৱানন্দ দূৰ কৰা মোৰ মায়া। বিষয়-ব্যাধিৰ ঔষধি মাগো ভকতি-অমিয় ২০ পদ৷ ব্ৰহ্মাৰ বচন সাদৰি প্ৰহ্ৰাদে ধীৰে ধীৰে গৈলা চলি। ভূমিত পড়িয়া আছন্ত প্ৰহ্ৰাদ শিৰে ধৰি কৃতাঞ্জলি। পাৱত পড়িয়া আছয় প্ৰাদ দেখি নৰসিংহে হাসি। মেইত অৱয় নয়নৰ নীৰ তুলিলা হাতে উল্লাসি। ২২৩ হস্তপদ্মে তাৰ পশিল শিৰ পৰম নিৰ্ভয় দিয়া। দেখি প্ৰাদৰ তনু লোমাঞ্চিত আনন্দে ঐলি হিয়া॥