পৃষ্ঠা:Kirtan Ghosha.pdf/১১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ১২] প্ৰহ্লাদচবিত্ৰ আছোক মৰিব ভয় নুপজয় নেড়য় আমাৰ পাশ। ইহাৰ বিৰোধে জানিলো অৱশ্যে মোহোৰ হৈব বিনাশ ১৩৩ দুৰন্ত চিন্তায়ে ঐ হানি ভৈল নমাইল মলিন মুখ। পাছে শণ্ডামৰ্কে বিৰলে বিনাৱে দৈত্যেন্দ্ৰৰ দেখি দুঃখ। প্ৰহ্ৰাদ-চৰিত্ৰ ৰচিল শঙ্কৰে কৃষ্ণৰ কিঙ্কৰে এৰে। বোলা হৰি হৰি সংসাৰক তৰি বৈকুণ্ঠক যাইবা যেৱে। ১৩৪