পৃষ্ঠা:Kamaratna Tantra.djvu/১১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


102 ৩। স্বচ্ছন্দ ভৈৰৱী মন্ত্র অষ্টোত্তৰশত জপি মহাকাল মন্ত্র সাপে খোৱাক কোব। তাত নুগুচিণে সেই মন্ত্র জলত জপি জল খুৱালে বিষ গুচে। ৪। তেজপিয়াৰ দন্ত বগা সূতাৰে মেৰাই বাহুত বান্ধিলে বিষ খালে বিষ নালাগে, বিষো গুচে। বিষাল সকলে খাইবে নপাৰে, মুখ স্তম্ভে। ৫। অবিবাহিতা কন্যাই কটা সূতাতে সবৰ মন্ত্র অষ্টোত্ত বশত জপি হাত ও বান্ধিলে সর্পে নাখায়, পলায়। ৬। মাটি হাতত লৈ সর্পকুল নিবৰণ মন্ত্র সাত বাৰ জপি তাক ঘৰত সিঞ্চিলে সর্প নােসােমায় । ১২৩। অথ বিছা, ছেলা আদিৰ বিষ নিবাৰণ। ১। আকণ অ'ঠা, ঘিউ লিপি দিলে বিষ গুচে। ২। কৱচ মন্ত্র সাত বাৰ জপিলেও গুচে। ১২৪। অথ কুকুৰৰ বিষ নিবাৰণ । ১। গুৰ, ওল, আকণৰ আঠা পিহি দিলে গুচে।