পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শৰ অহ মিল লড়াগড়ি নাই, শীতল বা যাই শৰীৰ দুৰায়, ফুলানি ফুলেৰে ভৰা গোতে উপচি পৰা, যৌীৰা প্ৰাণীবোৰে গুণ-গুণ-কই উৰিষ্টুৰে মউ পীৰ সই। মোচা মোচা বুলি প্ৰতি মুৰী আনলেৰে প্ৰকাশিত হয় কাছি পৰি। নবশক্তি উলাহত উটি সুৰ বতাহত বাউলি ৰাতুলি হই চুলি তুলি মেলি গৈছে নিজকে হায়! তুলি। গছৰ ডালত কপৌ কপৌৱনী পৰি পাতিছে আল কিবা নিজকে পাহৰি। ইটিৰে সিটি'চাই আনত ভাহি যায়, কুলিত ঘূৰি ঘূৰি নাচিছে এটাই আনটিয়ে তাকে আছে চাই। কুপিয়ে কু উ উ বুলি কোমল মাতেৰে জাতৰ অৰত থাকি কি যে গান কৰে। গণিষতি ৰখাইয়ে কননা টি ধৰে;