এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
(১৬) ন। তৃণলতা ন-ন পাতে টা খ্ৰীষ্ম বা ল ন ন , শৰৎ, হেমন্ত,মত, বসন্ত, আহিব লাগিছে ন ন ন। অতীত পুৰণি নৰে ননী পুৰণিতে জন্মে ন ন , এই চৰাচৰ অনন্ত বিশ্ব কালৰ ই গতি ন ন ন লৰে চেতনা বিকাশ জীৱৰ অস্তিত্বৰ স্থিতি ন ন ন; নময় সকো বিব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি লয় ন ন ন। বি পথেই আমি যাও আগবাঢ়ি সেইতেই দা ন ন ন, বাহিৰে ভিতৰে ৰহিম বিৰে অসীম অনন্ত ন ন ন। (১৭) ভক্তি। উজ্জ্বল আলোক সিটি, সুংসাৰত দিকভ্ৰান্ত পথিকৰ গতি।