পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লিলিক ঢিকি কি লুক কি খেলি

    • জৰ হল আকাশত।

আন্ধাৰত জাকি মাৰি জিলিকি খুকুৱা

  • গোনাফী” লুকাল বুননিত,

ডাৱৰতে চাৎ-কৰে দেখা দি লুকোৱা

  • বিকুলী নহয় উদ্ভাষিত।

মিটমিট কৰি অলা একে গছি বন্তি' মুমাৰ সুমা বতাহত, আধেক আন্ধাৰ নিশা আধেক পোহৰ অনি মুনি “উফ” আমোকত। আধামৰা আধজীয়া জাতীয় জীৱন মৰে জীও চিন নোহোৱাত, আধেক নৈৰাশ আৰু আধেক আশাৰ উমৰ চানেকী হিয়াত। (১০) চিত্ৰলেখা। একিলি কতনা চিত্ৰ দেৱাসুৰ নৰ কুমলীয়া হিয়া খান তো, বিশ্ব প্ৰকৃতি জানো ক্ষুদ্ৰ তাৰ ছবিৰ নাই আদি ওৰ। সখিয়াৰ হকে তই নিজৰ জীৱন সমূলি উপেক্ষা কৰিছিলি, অত সাৰে কৰি অসাধ্য সাধন অনিক কুমৰ হৰিলি। .