পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চ ইপিং ওৰেৰে | ৰিপু কৌশল, মানব শৰীৰ কুৰুক্ষেত্ৰত কৰিলে দুৰ্ভোৰ ৰ ৰিপু ৰিক পৰাৰ কৰি থাপি ধৰৰ ৰাজ্য জীৱন খুগত স্থিৰ যুধিস্থিৰে সিজালে উঙ্গে কাৰ্য্য। সংসাৰ কৰ্তব্য সংসিকি কৰিলে | মৃত্যুৰ সময় হল, জন, স্পৰ্শ, ব্ৰণ, শ্ৰবণ, দৰ্শন ইলিয় অক্ষম হল। ধৰ্থপৰায়ণ যুকত কি। অকলশৰীয় মন, আম্মাময় হৈ সোশৰীৰেই | পালে দুৰ্গ নিকেতন। নগল শগত সংসাৰৰ কেও —অসাৰ সাৰ অই! ধৰম মাথোন পিচে পিচে গল কুকুটি যেন হই। = { উমা কাকত উপলক্ষ কৰি} “অৰুণ উদোতে পুৰে ঢাকিলে ডাৱৰে মাৰ গল অদৃশ্য ভাবত,