পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেখে যদি বিনা মেখে বিস্কুল চমক না, দেখো তাতেই এই উদ্দেশ্যৰ গুটি ধ? শিৰত প্ৰকু আয় অন্তত ভক্তি এই; পিঠিত আকাকা বোজা কান্ধত কৰ্তব্য নই, জয় জগদীশ প্ৰভু! বিপদতাৰ! বুলি, ৪লালে টাল মাৰি উছাদে কাটি তুলি। | (৮) পাণ্ডৱগীতি। জীবন য যজুৰ্বেদৰ বৈশনপাষন ওজ; বাত শুনা কাজেৰ। মানব জীৱন যুক্ত। শৰীৰৰ পঞ্চ ইন্দ্ৰিয় পাও, ৰিপুৰই কৌৰৱ দল, কৌৰৱ প্ৰভাৱ পীড়িত পাণ্ডব | ভৰ অৰণ্যলৈ গল। সৎ মুনি ঋষি সঙ্গত বলে। দমিলে দ্ৰোহী পাষণ্ড; বাৰ ৰছৰ অভিজ্ঞতা বলে। চিনিলে মুকুতি পথ। দুখ বিপদত লাও-লোৱা হৈও নেৰিলে ধতৰতি ধাৰ্বিক তত্ত্ব পাণ্ডৱ-ৰথৰ সেই হে ঈশ্বৰ সাৰধি। E