পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৰ্বত মৰপে হই অৱতাৰ সাপিল গোমৰ ফৰি মহত্যাগ। ৰাজপ, জন্ম, অঞ্জয় জগতে, বঙ্গানুশাসন ধৰ্ম্ম তোমাৰ কণ্ঠত, পি পিতৃৰ তুচ্ছ মুখ হতে প্ৰতিজ্ঞাৰ সমাধি মহাত্যাগ ব্ৰত। মা স্ত্ৰী-ভোগ চিন্তা নানিলা মনত, থাপি ৰাখিল খাজা বংশৰ কাৰণ, উপযুক্ত কান তৰ ৰজাৰৰ ওখত ধৰম ৰাজ্য পুণ গঠিত আসন। কুৰুক্ষেত্ৰ তীৰ্থ মাজে শৰ আসনেৰে, স্বৰ্গী হল। কষ্ণ জ্ঞান ভকতি মাগেৰে। ৬। ধুপিত। সূৰৰ চোৰৰ কাষত জোনৰ জোনাক কি। নিশাৰ জোনৰ চেঁচা সোনাকত ভোটাৰ পোহৰ সি। জোৰৰ আগত ধৰি পোহৰে | শোহৰ কৰি কি। বৰ আগত সৰুটি নজৰে | প্ৰকৃতি নিয়ম ই। আমি খুপিত সবাতোকৈ সৰু —অস্তিত্ব মানে যি;