এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
তীৰৰ ৰি গছ গত
{বেন) নকৈ শোকতে কথা
মুখকোলাই হাঁ। নৈৰ পিনে চলিছে।
দিখৌৰ উত্তৰ পাৰে
শিল সাগৰেৰে
পুৰি নৰ এ আহোমৰ তেতিয়া,
এতিয়াৰ শিৱসাগৰ
জিলা এয়ে মনোহ,
ইংৰাজ ৰজাৰ গুণে হইছে জেউতি চান।
আমোনা বিষয় কত
দোকানী ৰেলাৰী কত
সলে বিদেশী লোক অধিবাসী আজি তাৰ।
অতীজৰ ৰিষাৰ
পো-নাতী দু এ ঘৰ
চিন মাত্ৰ আছে ৰাখি কেটি মাটি এগিতা।
শিৱসাগৰৰ পাৰে
বঙ্গল পিতা ঘৰে
শিৰ বিৰু দুৰ্গাৰ শাৰী সমে ফেৰ ধৰি
বিতোপন শশা কৰি
সাগৰ ৰাখিছে বেৰি, ,
সিপাৰে ৰীয়া আছে খুলি প্ৰহৰী।