এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি ৷
ৰংঘৰ।
(৫) ৰংপুৰ।
কলই গইছ ভৰি
খৰ খৰ খোজ ধৰি?
নেজান নুবুজ তই যন্ত্ৰ দৰে সাধ কাম;
যেনি তই যাৱ চলি,
(ইযে) ৰজাৰ সেন্দুৰী আলি;
এয়ে সেই ৰাজধানী ৰংপুৰ যাৰ নাম।
ধন্য হলি আজি ভৰি।
এই পথে গতি কৰি,
৪৭
ৰংঘৰ।
(৫) ৰংপুৰ।
কলই গইছ ভৰি
খৰ খৰ খোজ ধৰি?
নেজান নুবুজ তই যন্ত্ৰ দৰে সাধ কাম;
যেনি তই যাৱ চলি,
(ইযে) ৰজাৰ সেন্দুৰী আলি;
এয়ে সেই ৰাজধানী ৰংপুৰ যাৰ নাম।
ধন্য হলি আজি ভৰি।
এই পথে গতি কৰি,