সমললৈ যাওক

পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
 

উছৰ্গা

পৰম পূজনীয়,
 শ্ৰীল শ্ৰীযুক্ত পদ্মনাথ গোহাঁই বৰুৱা

শ্ৰীচৰণকমলেষু।

দেব,
 স্বজাতি-স্বদেশ-প্ৰেম-প্লুতগৌৰবৰ
 প্ৰতিবিম্ব আপোনাৰে জ্ঞান আলোকৰ,
 এটোপা লোতক মানি, নামে আপোনাৰ
 উছৰ্গিলোঁ “ফুলকলি”-ভকতি-হিয়াৰ।

সেৱক।