এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পড়গাও ল’কে আনে
'শ সৈঙ্গ মানে
আনাৰ মুখল’কে খেদি পঠিয়ালে
আলেমে বহুত অস্ত্ৰ শস্ত্ৰ কাচি ললে।
ৰণৰ বাতৰি পাই 'গং ঈশ্বৰ
চলল আখেয়ে যেন বৈস্থান।
-এইবাৰ এইবাৰ
ৰক্ষা কৰে সাৰ কাৰ।
নিশ্চয় অসম ৰা হব চানখা,--
মহ' আখোন বল মোগল বজাৰ।
পুত বীৰ যত যামসিংহ নাম,
ভাৰত বিখ্যাত যোঙ্কা, শৌৰ্যা অনুপা,
হৈ বৰ—সেনাপতি,
অনেক বাহিনীপতি
নচৰখা, ৰঘুনাথ সিংহ, আদি কৰি
আহোম ধ্বংসৰ হেতু আহে গৰ্প কৰি।
কোচবিহাৰৰ সেনা লগত ইবাৰ
বিখ্যাত ৰণুৱা কাৰী পোন্ধৰ হাজাৰ।
| ত্ৰিসহ অশ্বাৰোহ।
সুনিপুণ অন্ত্ৰধাৰী,
ওঠৰ হাজাৰ বোন্ধ পদাতিক সেনা,
সেনাপতি ৰামসিংহ আৰু ফিকেনা।
“দিল্লীখাশ বা অগদীশ্বৰৰ যা”—মহাপ্ৰতাপী মোগল ৰাজৰ আখ্যা।