পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তিনোত সে যে হল কেন ধূমকেতু ৰাজ্যলৈ কান মন নিদিছিলে। তেওঁৰ পাচৰ ৰা চুতিফা কোৱ। এওঁৰ দিনতে হয় উফলাৰ ৰণ ৰণলৈ পঠিয়ালে গোহাঁই দুজন। উভটিলে হাৰ মাৰি, দুই সেনাপতি ভাজি আন সেনাপতি পঠিয়ালে তেতিক্ষ, হাৰ মানি উলাই পশিলে শৰণ। লক্ষমা লগাই ৰা বিদ্ৰোহ কৰিলে, ডল জিকা সেনা পঠিয়াই দিতে, নাহঁত ঘাটি গল্প, বিদ্ৰোহীৰ শাস্তি হল, নগাৰ ৰজাই পাচে শৰণ মাগিলে, নগাৰ শাসনো বল আহোমৰ তলে। তাপাচে ৰজা হয় চুতমা কোৱ।। {যোলশা-চৌৱ চন) আহোম ৰাগাৰ। “আহখোবা” “কেৰি মেৰি” দুই গড় আদি কৰি কৰি চিন আছে দেৱোত্তৰ ব্ৰক্ষাত্ত, হিন্দু নাম জবজ সিংক সিজনৰ।