এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
এপৰণীয় তা নগৰ।
তেতিয়া তোমাৰ সমৃদ্ধি অতি
কালৰ পাত হইছেহি ভাজি
"আহোমৰ দৰে তোমাবো গতি
(5) গড়গাওঁ।
শিলেৰে বঙ্কাই বুকু বৰ আশা কই
আহিছিলো গড়গাও পুৰী চাই।
হায়। নিদাৰুণ স্মৃতি।
অসম অসীম কীৰ্তি
--যেনিয়ে ঘূৰাওঁ চকু ধৈৰ্যহীন হই, -
হৃদয়ত কি যে ভাবে হও তৃম্ময়।
অসমৰ কীৰ্ত্তি চিন হেৰা গড়গাও।
দুচকু জুৰাব বুলি ঘূৰি পাকি চাও ,
(যেন) মৰুভূমি মাজে গই
আশা পালে পানা লই!
হব কি সম্ফল আশা-দিশ হেৰুৱাওঁ,
বীচিকা দেখি পানী বুলি খেদি যাও।
হৃদয়ৰ মোক গাঁথা সদা ফুৰে গাই,
সংসাৰ বৈৰাগ মই—শান্তি কতো নাই।
নোত যে নাই কেওঁ,
গাই দু পাতলাও