পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাচ বছৰত কুবক আহি ডিফৰাই মুগ পালেহি যে, আহোম সেনাৰে পাঠান সেনাৰে সমুখ সমুখি লাগিল সেই। কনচে বৰপাত্ৰ সেনাপতি লগত বাহিণী অসম বীৰ, সংগ ৰণত তৰোৱাল ধৰি- ছেই দিলে তুবকৰ শৰ। বাকা পাঠান পালখেদা দিলি কতোৱা নৈ কৰিলে পা, কত হাতী ঘোড়া ন-শবনাৰে লভিলে বন্দুক হিল্টে-খাৰ। এই ৰূপতেই ৰণচী ৰূপা বৰগোহৰুণী মূলা গাভৰুৱে * স্বামীহা তুবক সতে বঁজি ৰণত জীৱন বলি দিয়ে। যি আহোমৰ ভিৰোতাৱাৈ হয়। ৰণত এদিন। দিছিলে প্ৰাণ, সেই অসমীয়া ৰীৰৰ সন্তুতি কেলেহুৱা আজি প্ৰবৰ্তা টান। + কলিয়া প্ৰথম যুদ্ধৰ সেনাপতি ফাঙ বৰগোহঁাইৰ কাৰ্যা।