এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পাৰ নেকি কৰ পৰি। কাৰ অভিশাপে
অধোগতি আহোমৰ
পী ইত্ৰ ৰঙহৰ;
নিজকে নোনে নিয়ে কোন ঘোৰ পাপে,
কাহানি সহিব এই পাপ অনুতাপে?
| (৩) বকতা।
এৰে নেকি সেই বা নগৰ
সৰ্গ নাৰায়ণ পৰ্গদেৱে
দুৰি বছৰ ৰাজ্য শাসন
কে বানী কৰিলে তেবে।
পোৰ শতিকা আহোমৰ দিন,
আহোৰ তেতিক্ষা দিগৰিী;
কুৰি শতিকাৰ আহোম আমি যে
নহয় হিংসা থিয়ালে কী
আশ্চৰ্বৰ কথা, এই আহোমেই
সেই আহোৰ সৰুতি হেনন।
এওঁলোক হেনে চীন চা আদি
মঙ্গোলীয়া জাতি অঙ্গহী;-আনন।
বকতা নগৰ তুমিয়ে কোৰ্টে
ভুমিতো জানি সকলো কথা,
স্থানে অহম সেই ইবং
ৰাজবংশী ক্ষতি সানে মিছা।