পৰেহি মনত সেই চৈধাশ চন;
ৰানৰ প্ৰতিপত্তি
তেতিয়াৰে উৎপত্তি
“মুনি কোৱৰ বেলে উঠেসিংহাসন
চৰৱা ৰাজধানী পাতি বিতোপন। *
আহোমৰ সেই এক কি যে কালক্ষণ,
গৰ্ভৱতী কুঁৱৰীক
দেৱগা লখিমীক
খিয়ালত সতিনীয়ে দিলে বিন।
হবুীয়া ৰাখুনৰ বিধি সুপ্ৰসন।
ৰাজবধু কুৱঁৰীৰ আশ্ৰয় বামুনে।
বাপু তুলি ললে,
পালে তাৰ লগে লগে
ৰাৰ ক্ষমতাৰ ভাগ আহোম শাসনে।
লক্ষ্মী অভিশাপ পালে ৰাজবংশীগণে।
তেতিয়াৰ এই চণ্ডৱা নগৰতে-
চুড়া, চুলাঙ্গা,
চুষাকৃষ্ণ, চুচেফা,..
- ত্যাও খামৰি বৰ্গদেৰ চুটীয়া ৰাজ্য আমণ কৰিবল গাওতে বৰ কুৰীৰ গাত
ৰাজ্যশাসনৰ তাৰ বা সুযোগত আগলৈ সঙ্গিনীৰ পুত্ৰ ৰ। ৰ এই হিংসাত মি- কৈৰে ডাক্ষৰ পৰাধত পেলাই যৰ কুৱৰীৰে সৰু কুবৰীৰ প্ৰাণসও দেশ দিয়ে। ৰবিৰলৈ নিবৰ সময়ত সগৰ্জা দেখি বুঢ়া গোহাই খাগৰীয়াই সুৰত তুলি চিহিঙ্গত টটা দিয়ে। তেও কট উট শৈ হাবুং পায়গৈ। হাবুজতে এখামুণৰ গৰত কোৱৰ জন্ম হয় আৰু তাতে ৯ বাৰ গলৈকে পাকে। সেই কোৱৰ ১৩৯৮ চনত আহোম ৰাজপাটত উঠে। এই বাণীকেৱনামে খ্যাত।—পদ্মনাথ বৰুৰ বুৰী।